নিজকে স্ব-প্রনোদিত কৰা
খন্ড ২ঃ
স্ব-প্রনোদন ঃ
বার্হিক প্রনোদন
বার্হিক প্রনোদন আহে আপোনাৰ বাহিৰৰ জগতখনৰ পৰা
ই তাৎক্ষণিক হয়,
দীর্ঘকালীন নহয়। ই এটা পুৰষ্কাৰ আনকি শাস্তিৰ ৰূপতো আহিব পাৰে। ইয়াত আনৰ
আৱশ্যকতাও সন্নিবিষ্ট থাকে যিবোৰে আপোনাক প্রভাবিত কৰে।
উদাহৰনঃ
- মই পৰীক্ষা লও।
- মই কামত বেছি দক্ষ হৈ পৰো ।
- মই মোৰ নির্দ্ধাৰিত কৰণীয় কাম (assignment) সম্পূর্ণ কৰো
- মই প্রশিক্ষকৰ নির্দেশনা অনুসৰণ কৰো।
- মই শ্রেনীত চেলফ’ন বন্ধ কৰি ৰাখো।
- মই আৱশ্যকীয় পাঠ্যক্রম নির্বাচন কৰোঁ
- মই পঠন কার্য্য (reading assignment) সম্পন্ন কৰো
আপোনাৰ পঠন সম্পর্কীয় পচন্দ সমূহ কোনে প্রভাবিত কৰে? আপুনি কি কেনেকৈ,
কেতিয়া শিকিব লাগে এই কথাবোৰ কোনে নিয়ন্ত্রণ কৰে বুলি ভাবে?
পিতৃ-মাতৃ/অভিভাৱক |
সন্তান |
স্বামী /স্ত্রী |
বেঙ্ক / ঋণদাতা বিষয়া |
শৈক্ষিক উপদেশন |
শিক্ষক |
নিয়োগ কর্তা |
অন্য |
- কেনেকৈ এই ব্যক্তি নাইবা কার্যালয়ে আপোনাৰ শিক্ষাক প্রভাবিত কৰে ,
চমুকৈ বর্ণনা কৰক ।)
- আপু্নি লাভ কৰিবলৈ কি আছে?
- যদি আপুনি এই সকলো বিলাকৰ প্রভাৱৰ বিষয়ে পৰিষ্কাৰ ভাবে বুজিব খোজে,
তেনেহলে কোন তৃতীয় পক্ষৰ কাষ চাপিব?
( সেই সকলৰ নাম ব্যৱহাৰ নকৰিব,
বন্ধু, শিক্ষক, প্রশাসক ইত্যাদি পৰিচয় সূচক শব্দহে ব্যৱহাৰ কৰক।
খন্ড ২ঃ স্ব-প্রনোদন ঃ