মানুহে কিদৰে মানসিক চাপৰ
মুখা-মুখি হয়—তাৰ ওপৰতে
নির্ভৰ কৰে তেঁওলোকে দু্র্ভাগ্যৰ
পৰা লাভান্বিত হ’ব নে ক্ষতিগ্রস্ত হ’ব ।
মিহেলি ছিকঝেনমিহেলাই
ক্রোৱেছিয়ান/আমেৰকান (১৯৩৪)
|
কামকাজৰ পৰিকল্পনাৰ জড়িয়তে মানসিক চাপৰ ব্যৱস্থাপনাঃ
কামকাজৰ পৰিকল্পনা কৰক, চাপ নিয়ন্ত্রণ কৰক
- কামকাজবোৰ পৰিকল্পিতভাৱে কৰক।
অগ্রাধিকাৰ ভিত্তিত কর্তব্য নিৰূপন কৰক । এনেদৰে আপুনি মানসিক
চাপৰ পৰা মুক্ত হ’ব পাৰিব। আপুনি কৰিব লগা তিনিটা গুৰুত্বপূর্ণ কাম ইয়াত সন্নিবিষ্ট কৰক।
- প্রতিটো কাম আকৌ তিনিটা ভাগত ভগাই লওক
- সংগঠিত কৰক ।
প্রাৰম্ভিক নিশ্চিত তাৰিখ (১ বা আটাইতকৈ গুরুত্বপূর্ণ কাম) ৰ পৰা সুদূৰৰ ( ১২ বা কম গুরুত্বপূর্ণ কাম ) স্থানলৈকে থকা কামৰ মাজৰ পৰা প্রয়োজন বোধেৰে নির্বাচন কৰি পুনৰ সজাই তোলক আৰু অগ্রাধিকাৰ নির্ণয় কৰক।
প্রাৰম্ভিক নিশ্চিত তাৰিখ (১)ৰ পৰা সুদূৰৰ ( ১২) স্থানলৈকে থকা কামৰ মাজৰ পৰা প্রয়োজন বোধেৰে নির্বাচন কৰি পুনৰ সজাই তোলক আৰু অগ্রাধিকাৰ নির্ণয় কৰক।
ছপা কৰক আৰু কৰণীয় তালিকা হিচাপে পঠিয়াই দিয়ক